আমাৰ জীৱনত আনক ক'ব পৰাকৈ এটা গল্প থকাৰ প্ৰয়োজন । হওঁক সেয়া সুখৰ নতুবা দুখৰ ।

মোৰ হৃদয়ৰ আশে পাশে আন কোনো নাই কেৱল "মা" আছে

বহুত বেছি টকা নিবিছাৰো, বৃদ্ধকালত মা দেউতা যাতে কোনো অভাৱৰ সন্মুখীন নহয় তেনেকৈ তেওঁলোকক ৰাখিব বিচাৰো।

ভগৱান শ্ৰীকৃষ্ণই কৈছিল যদি জীৱনত কেতিয়াবা সুজোগ পোৱা তোমাৰ নিজৰ স্বাৰ্থ সিদ্ধি নকৰি আনক সহায় কৰাৰ প্ৰয়াস কৰিবা।

বিনামূল্যে রামধেনু অসমীয়া টাইপিং সফটওয়্যার বিনামূল্যে ডাউনলোড করুন